গুৱাহাটীঃ প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰতিমা পাণ্ডে বৰুৱা বঁটা ঘোষণা কৰা হৈছে।

এইবাৰ বিশিষ্ট লোকশিল্পী খগেন গগৈলৈ আগবঢ়োৱা হৈছে এই বঁটা।

সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে প্ৰদান কৰি আহিছে এই বঁটা।
২৭ ডিচেম্বৰত শিল্পীগৰাকীক প্ৰদান কৰিব এই সন্মান।

লগতে পঢ়কঃগড়চুক আৰক্ষীয়ে পুনৰ আইএছবিটি’ত জব্দ কৰিলে ড্ৰাগছ

শিল্পীগৰাকীৰ মৃত্যু তিথি উপলক্ষে সেই দিনটোত প্ৰদান কৰিব এই বঁটা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,758 other subscribers

Leave a comment

Leave a Reply