পুনৰ বৃদ্ধি কৰা হ’ব বিদ্যুৎ মাছুল। নতুন বছৰৰ আৰম্ভণিতে গ্ৰাহকৰ মূৰত ৰাম টাঙোন শোধাই শক্তি বিভাগে প্ৰতি ইউনিট বিদ্যুৎ মাছুলত ১ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে।

জানিব পৰা মতে APDCLয়ে এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে বিদ্যুৎ নিয়ামক আয়োগলৈ। এই প্ৰস্তাৱৰ ওপৰত আজি সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে APDCLয়ে। APDCLয়ে গ্রাহকক উন্নত সেৱা প্রদান কৰিবলৈ এই সিদ্ধান্ত গ্রহণ কৰিছে বুলিও প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply