পল্লব মিলি, লখিমপুৰ:

  • লখিমপুৰত অগ্নিপথ যোঁজনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
  • AIDSO , AIDYO, AIMSS লখিমপুৰ জিলা সমিতিয়ে সাব্যস্ত কৰে এই বিক্ষোভ কাৰ্যসূচী।
  • অগ্নিপথ যোঁজনাৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰীসকলে।
  • ‘অগ্নিপথ যোঁজনাৰ’ নামত চাৰি বছৰৰ নিযুক্তি ব্যৱস্থাৰ বিৰুদ্ধে আৰু সকলোৰে ব্যৱস্থা স্থায়ী চাকৰিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,597 other subscribers

Leave a comment

Leave a Reply Cancel reply