পল্লব মিলি, লখিমপুৰ:
- লখিমপুৰত অগ্নিপথ যোঁজনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
- AIDSO , AIDYO, AIMSS লখিমপুৰ জিলা সমিতিয়ে সাব্যস্ত কৰে এই বিক্ষোভ কাৰ্যসূচী।
- অগ্নিপথ যোঁজনাৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰীসকলে।
- ‘অগ্নিপথ যোঁজনাৰ’ নামত চাৰি বছৰৰ নিযুক্তি ব্যৱস্থাৰ বিৰুদ্ধে আৰু সকলোৰে ব্যৱস্থা স্থায়ী চাকৰিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।