মানকাচৰ: দীৰ্ঘদিন ধৰি মানকাচৰৰ পৰা বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহ হৈ থকা ব’ল্ডাৰৰ বিৰুদ্ধে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰাইজৰ সহযোগত আছুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ।
মানকাচৰৰ Import-Export Association ৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী
এছ’চিয়েশ্যনৰ সম্পাদক নাজিম হুছেইনৰ নেতৃত্বত চলি আহিছে এই ছিণ্ডিকেট ।
প্ৰতিখন অভাৰ লোড ট্ৰাক বাংলাদেশলৈ পঠিওৱাৰ নামত সংগ্ৰহ কৰে ৩৫০০ৰ পৰা ৪০০০ কৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ। প্ৰতিদিনেই এশৰো অধিক ট্ৰাক বাংলাদেশলৈ যোৱাৰ অভিযোগ।
জিলা প্ৰশাসন, পৰিবহন বিভাগক মেনেজ কৰি এই ছিণ্ডিকেট চলোৱাৰ অভিযোগ উঠিছে।
ছিণ্ডিকেটৰ লগত জড়িত এছ’চিয়েশ্যনৰ প্ৰতিজন সদস্যক গ্ৰেপ্তাৰৰ দাবী কৰে আছুৱে।
লগতে পঢ়ক – এইবাৰ বিধায়ক চৰকাৰী আৱাসগৃহৰ পৰা বিধানসভালৈ আহিব গল্ফ কাৰ্টত