ৰূপহীহাট : ৰূপহীহাটৰ কাৱৈমাৰীত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ প্ৰতিবাদ। ত্ৰিপুৰাত মুছলমান সকলৰ ওপৰত অত্যাচাৰ চলোৱাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াই।

ত্ৰিপুৰাত মুছলমান সকল অত্যাচাৰৰ বলি হোৱাৰ অভিযোগত পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াই নগাঁও। জিলাৰ ৰূপহীহাটত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে আৰ এছ এছ আৰু বজৰং দলে মুছলমান সকলৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে।

লগতে পঢ়ক : উগ্রপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘূণীয়া হােৱা আৰক্ষীৰ বাবে বিশেষ ঘোষণা

আৰ এছ এছ আৰু বজৰং দলৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে আৰ এছ এছ আৰু বজৰং দলক তীব্ৰ সমালোচনা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কাৱৈমাৰীৰ পৰা মাগুৰমাৰীলৈ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া নামৰ সংগঠনটোৰ সদস্য সকলে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply