ছিপাঝাৰঃ দৰং জিলা প্ৰশাসনে মঙ্গলদৈ কেন্দ্ৰীয় বিদ্যালয়খন ক’ভিড চেন্টাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে।

মঙলদৈৰ এই ক’ভিড চেন্টাৰত অজগৰৰ সন্ত্ৰাসে  ৰোগী আৰু স্বাস্থ্য কৰ্মীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

লগতে পঢ়কঃঅসম অৰুণাচল সীমান্তৱৰ্ত্তী মাটি পাহাৰ সংৰক্ষণৰ দাবী

কেইদিনমানৰ পৰা বিভিন্ন ধৰণৰ সাপে ক’ভিড ৰোগী তথা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছে ।

সাপ ওলোৱাৰ  কথা সৰ্বতে বিয়পি পৰাৰ পিছতে তাত গৈ উপস্থিত হয় বন বিভাগৰ লোক। বন বিভাগৰ লোকে উক্ত স্থানত উপস্থিত হৈ এডাল অজগৰ সাপ ধৰিবলৈ সক্ষম হয় যদিও আৰু বহু সাপ বিদ্যালয় খনৰ চৌহদত থকাৰ কথা প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply