নালবাৰী : কংগ্ৰেছৰ ছাত্র সংগঠন এন এছ ইউ আইৰ নলবাৰী জিলা সমিতিৰ সভাপতি হিচাপে নিযুক্তি ৰফিকুল আহমেদক।
বাটসৰৰ আব্বামণি নামেৰে পৰিচিত ৰফিকুলক অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি হিচাপে কৃষাণু বৰুৱাই নিযুক্তি প্ৰদান কৰে।
লগতে পঢ়ক : জন্মদিনৰ কেকৰ মমবাতিৰ জুইত অগ্নিদগ্ধ যুৱতী
নতুন দায়িত্ব লাভ কৰা ৰফিকুল আহমেদক ৰাজীৱ ভৱনত সম্বৰ্ধনা জনাই উস্ম আদৰণি জনায় এন এছ ইউ আইৰ সদস্য সকলে।