ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি মিত্ৰজোঁটৰ দুয়ো গৰাকী প্ৰাৰ্থীৰ। বিজেপি দলৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত দুয়ো গৰাকী প্ৰাৰ্থী লগত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপি দলৰ কেইবাগৰকী বিধায়ক আৰু নেতাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা প্ৰাৰ্থী দুগৰাকীক সংগ দিয়ে। প্ৰমোদ বড়োও উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply