ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়াৰ কেন্দুকোনা-বালিসত্ৰ গড়কাপ্তানী পথৰ বড়িগোগত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। তেজেৰে লুতুৰি পুতুৰি অৱস্থাত পথৰ ওপৰত পৰি থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।

লগতে পঢ়কঃডিজিটেল ইণ্ডিয়া গঢ়াৰ সপোন ফ্লপ শ্ব’ত পৰিণত টীয়কত

পুৱা প্ৰাতঃভ্ৰমণলৈ অহা একাংশ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে। যুৱকজনৰ মৃতদেহৰ কাষতে উদ্ধাৰ হয় এখন গ্লেমাৰ মটৰ চাইকেল। যুৱকজন প্ৰাণজিৎ দাস বুলি চিনাক্ত কৰা হৈছে।

মঙলবাৰে নিশাৰ ভাগত প্ৰাণজিৎ দাস বালিসত্ৰৰ পৰা উভতি গৈ আছিল আছিল বুলি জানিব পৰা গৈছে। নিশাৰ পৰা সন্ধানহীন হৈ থকা প্ৰাণজিৎ দাসৰ মৃতদেহ উদ্ধাৰৰ পাছৰে পৰা চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply