বঙাইগাঁও : বঙাইগাঁৱত ভয়াবহ পথ দুর্ঘটনা। তীব্ৰ বেগী চাৰি চকীয়া বাহনৰ খুন্দা মাৰে টেম্পুত। পথ দুৰ্ঘটনাটোত শিশুসহ ৮ জনকৈ লোক আহত হয়।

আজি বঙাইগাঁও জিলাৰ নোৱাপাৰাত সংঘটিত হয় এক ভয়াবহ পথ দুর্ঘটনা। তীব্ৰ বেগী এখন চাৰি চকীয়া বাহনে টেম্পুত খুন্দা মৰাত পথৰ ওপৰত বাগৰি পৰে টেম্পুখন।

লগতে পঢ়ক : লিংগ বৈষম্য আৰু হিংসাৰ বিৰুদ্ধে সজাগতা ৰেলী

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংঘটিত হয় এই পথ দুর্ঘটনা। পথ দুর্ঘটনাত টেম্পুখনত থকা শিশুসহ ৮ জনকৈ লোক আহত হয়। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply