অসম বৈভৱ বঁটা ঘোষণা।
নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই বঁটা।
টাটা ট্ৰাষ্টৰ মুৰব্বীগৰাকীলৈ অসম চৰকাৰৰ ‘অসম বৈভৱ’ সন্মান।
এইবাৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে উদ্যোগপতি ৰতন টাটালৈ।
অসম বৈভৱ বঁটা হ’ল ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান।
লগতে পঢ়ক- সন্দিকৈ ছোৱালী মহাবিদ্যালয় মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা