গুৱাহাটীঃ ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ স্তৰত পুনৰ ৰদ-বদল।

ৰবি শংকৰ প্ৰসাদক কৃষি, পশুপালন, মীন পালনৰ অতিৰিক্ত মুখ্য সচিব হিচাবে
নিযুক্তি।

ৰবি শংকৰ প্ৰসাদক কৃষি উৎপাদন আয়ুক্তৰো অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে।

ৰাজেশ প্ৰসাদক পৰিবহণ, জলসিঞ্চন, ভূমি সংৰক্ষণৰ প্ৰধান সচিব নিযুক্তি।

আৰু পঢ়কঃক’ভিড নেগেটিভ ফলাফলৰ পিছতে মৃত্যু ঘটিল বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ

ড০ কৃষ্ণকুমাৰ দ্বিবেদীক পৰিবহণৰ প্ৰধান সচিবৰ অঃ দায়িত্বৰ পৰা
অব্যাহতি দিয়া হৈছে।

মুকেশচন্দ্ৰ চাহুক ভূমি সংৰক্ষণৰ প্ৰঃ সচিবৰ অঃ দায়িত্বৰ পৰা
অব্যাহতি।

অনন্তলাল জ্ঞানীক বিচিআৰৰ প্ৰঃ সচিবৰ দায়িত্বৰ পৰা অব্যাহতি।

আনহাতে শান্তনু পি গ’টমাৰে বিচিআৰৰ নতুন প্ৰধান সচিব হিচাপে নিযুক্তি।

পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বিচিআৰৰ সচিব পদত থাকিব অনন্তলাল জ্ঞানী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply