গুৱাহাটীঃ বিশিষ্ট লেখক, চিন্তাবিদ আৰু অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ড° ৰোহিণী কুমাৰ বৰুৱাৰ দেহাৱসান।

মঙলবাৰে নিশা মৃত্যু হয় অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকী।

আৰু পঢ়কঃৰঙিয়াৰ উলুবাৰীত বাঢ়নী পানীয়ে ভাঙিল এটি চৰকাৰী পথ

কোভিডত আক্ৰান্ত হৈ আছিল ড° ৰোহিণী কুমাৰ বৰুৱা। নেমকেয়াৰ হস্পিতালত নিশা ১.৪০বজাত মৃত্যু হয় বিশিষ্ট লেখকগৰাকীৰ।

চাকৰিৰ পৰা অৱসৰৰ পাছত তেওঁ অধুনালুপ্ত ‘নতুন দৈনিক’ কাকতৰ সম্পাদক ৰূপে কাৰ্যনিবাহ কৰিছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply