দলগাঁওঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা আৰম্ভ হৈছে গঁড় গণনা কাৰ্য ।
উদ্যানৰ সম্পূৰ্ণ ১৬ টা ব্লকত হাতীৰ সহযোগত গঁড় গণনা কাৰ্য আৰম্ভ কৰিছে বন বিভাগৰ লগতে গণনা কাৰী দলে।
উদ্যানখনত ২০১৮ চনত গণনাকাৰী দলে গণনা কৰি পাইছিল ১০১ টা গঁড়।
এই বৰ্ষত গঁড়ৰ সংখ্যা আগৰ তুলনাত বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে বন বিভাগে ।