বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
তীব্ৰবেগী বাইকৰ খুন্দাত ঘটনাস্থলীতে কৰুন মৃত্যু এগৰাকী মহিলাৰ ।
মৃত্যু মহিলা গৰাকী বৰঝাৰৰ গুনৱতী কলিতা।
ইতিমধ্যে বৰমা আৰক্ষীয়ে বাইক চালক গৰাকীক আটক কৰাৰ লগতে বাইকখন জব্দ কৰিছে।
বাইক খনৰ নম্বৰ AS-15-R-8972।
আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে
লগতে পঢ়ক- আজিৰে পৰা আৰম্ভ হ’ল উত্তৰ অসমত প্ৰথমখন চিকিৎসা মহাবিদ্যালয়