কামপুৰ: কামপুৰ-বৈঠালাংছু পথত পথ দূৰ্ঘটনা।
কচুৱাৰ গেৰেজাইপাম অঞ্চলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
তীব্ৰ বেগী উইংগাৰৰ খুন্দাত নিহত হয় এটি শিশু।
মৃত শিশুটিৰ নাম ছানিয়া বেগম
দুৰ্ঘটনা সংঘটিত কৰি উইংগাৰৰ চালক পলায় যায়।
দুৰ্ঘটনা সংঘটিত কৰা উইংগাৰখন ইতিমধ্যে কচুৱা আৰক্ষীয়ে জব্দ কৰিছে।
দুৰ্ঘটনা সংঘটিত কৰা উইংগাৰখনৰ নম্বৰ AS 02 CC 1462
লগতে পঢ়ক-টীয়কৰ জ্যোতি বিদ্যাপীঠত ভাৰত নাট্যমৰ পাঠ্যক্ৰম মুকলি