গুৱাহাটী : মহানগৰীত দিন দুপৰতে ডকাইতিকাণ্ড। দিনৰ পোহৰতে বশিষ্ঠত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিকাণ্ড।

বশিষ্ঠৰ ওজা হুন্দাইৰ সমীপত গাড়ীৰ গ্লাছ ভাঙি ২ লাখ টকা লুটি নিয়াৰ চেষ্টা ডকাইতৰ। এমজেদ-০১-কে-২৭৪৭ নম্বৰৰ এখন বলেৰ গাড়ীৰ গ্লাছ ভাঙি ডকাইতে ২ লাখ টকা লুটি নিয়াৰ চেষ্টা চলায়।

লগতে পঢ়ক :  ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰিছে অসমৰ বক্সাৰ শিৱ থাপাই

অৱশ্যে ৰাইজৰৰ ঘটনাস্থলীত উপস্থিত থকা একাংশ ৰাইজৰ তৎপৰতাত ডকাইত ধৰা পৰে। ৰাইজে ডকাইতজনক উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply