প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থনা
উগ্ৰতৰা মন্দিৰত প্ৰধানমন্ত্ৰীৰ মংগল কামনা কৰি প্ৰাৰ্থনা জনাই।
বিজেপি ৰাজ্যিক সভাপতি ভবেশ কলিতাই অংশ লয় এই অনুষ্ঠানত
বিজেপিৰ বহু সংখ্যক কাৰ্যকৰ্তাই অংশ লয় ।

অসমৰ বিভিন্ন মন্দিৰত প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ হৈ প্রাৰ্থনা জনালে বিজেপিৰ বহু সংখ্যক কাৰ্যকৰ্তাই।
সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-
‘পঞ্জাৱত প্রধানমন্ত্রী নৰেন্দ্র মোডী ডাঙৰীয়াক চূড়ান্ত অপমান’
‘এয়া কংগ্রেছৰ ঘৃণনীয় ৰাজনীতি’
‘পঞ্জাৱত প্রধানমন্ত্রীগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্রতো গাফিলতি’

মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ অসমৰ ক’ভিড পৰিস্থিতিক লৈ মন্তব্য কৰি কয়, অসমত পুনৰ লকডাউনৰ সম্ভাৱনা নাই। ৰাজ্যত কোভিড আক্রান্তৰ সংখ্যা বাঢ়িছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়,অ’মিক্রনত আক্ৰান্তৰ সংখ্যা যাতে বৃদ্ধি হ’ব নোৱাৰে তাৰ বাবে আমি সতৰ্ক হ’ব লাগিব ।

লগতে পঢ়ক- বোকাখাতৰ ৰাজহুৱা শ্মশানৰ নৱনিৰ্মিত সমূহীয়া ভৱন উদ্বোধন সাংসদ গৌৰৱ গগৈৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply