ৰূপহীহাটঃ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বেদখলৰ বিৰূদ্ধে ৰূপহীহাটত বিধায়ক নুৰুল হুদাৰ পুত্তলিকা দাহেৰে আছুৰ তীব্ৰ প্ৰতিবাদ।

ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত খেলপথাৰৰ ভূমি বেদখলৰ চক্ৰান্ত চলাৰ বিস্ফোৰক অভিযোগৰ পাছতেই ৰূপহী উচ্চতৰ মাধ্যমিক খেলপথাৰ বেদখল মুক্ত কৰাৰ দাবী তুলিছে ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাই।

লগতে পঢ়কঃনলবাৰীৰ কাৱৈমাৰিত পথ দুৰ্ঘটনা

ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গড়াজান শাখা ছাত্ৰ সন্থাৰ সহযোগত ৰূপহী চাৰিআলিত আজি নুৰুল হুদাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply