ৰূপহীহাটঃ ৰূপহীহাটৰ লৰিৰমুখত চাঞ্চল্যকৰ হত্যাকাণ্ড।
হত্যাকৰি মৃতদেহ বস্তাত ভৰাই পেলাই থৈ গ’ল দুৰ্বৃত্তই।
মৃতদেহটো এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।
লগতে পঢ়কঃমৰাণত আৰক্ষীৰ এনকাউণ্টাৰত দুধৰ্ষ অপৰাধী গুলিবিদ্ধ
অচিনাক্ত মৃতদেহটোলৈ সমগ্ৰ ৰূপহীহাটতে তীব্ৰ চাঞ্চল্য।
ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।