ৰূপহীহাটঃ ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান।
অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী নাজিৰ হুছেইন।
নাজিৰ হুছেইন কাৱৈমাৰী গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য।
লগতে পঢ়কঃএইবাৰ ১০০শতাংশ পাঠ্যক্ৰমৰ পৰা প্ৰশ্ন কাকত প্ৰস্তুত কৰা হৈছে:আছু
দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল নাজিৰ হুছেইনে। দীৰ্ঘদিন ধৰি পলায় আছিল নাজিৰ।
অৱশেষত গোপন সূত্ৰৰ পম খেদি ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী নাজিৰ হুছেইনক। ৰূপহীহাট আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান।