ৰূপহীহাটঃ ৰূপহীহাটৰ উত্তৰ খাটোৱালত নৃশংস কাণ্ড।

পুত্ৰই দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাই নিজ পিতৃক।

জানিব পৰা মতে মানসিক বিকাৰ গ্ৰস্ত আছিল আজাহাৰ উদ্দিন নামৰ যুৱকজন।

লগতে পঢ়কঃগাড়ীগাঁও ধৰ্ষণ কাণ্ডৰ মাষ্টাৰমাইণ্ড বিকি আলীৰ এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ

পুত্ৰৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত পিতৃক জি এম চি এইচলৈ প্ৰেৰণ কৰিছে। বৰ্তমান লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply