ৰূপহীহাটঃ ৰূপহীহাটত নম্বৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ৩ জনীয়া ডকাইতৰ এটা দলে পিষ্টল দেখুৱাই এখন মেজিক গাড়ী ৰখাই ব্যৱসায়ীৰ পৰা লুটি নিলে নগদ ৬০হেজাৰ টকা। লাইলুৰীৰ পৰা মেজিক গাড়ীৰ চালকজনে ব্যৱসায় কৰি আহি আছিল।

লগতে পঢ়কঃলামডিং ৰেল ষ্টেচন অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে

তিনিজাই গুলি ফুটাই ঘটনাস্থলীৰ পলায়ন কৰে ডকাইতৰ দলটো। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply