ৰূপহীহাট : ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য ধর্ষণকাণ্ড। এজন যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী ১৫ বছৰীয়া কিশোৰী। ধর্ষণকাৰী যুৱকে স্বীকাৰ কৰিলে ধৰ্ষণৰ কৰাৰ কথা।

নগাঁও জিলাৰ ৰূপহীহাটৰ অন্তৰ্গত কাছখাইতিত এক জঘন্য ধৰ্ষণকাণ্ড সংঘটিত হৈছে। এগৰাকী ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে এজন যুৱকে। কাছখাইতিস্থিত জলসিঞ্চন বিভাগৰ পাম্প গৃহৰ পৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰে ধৰ্ষিতা কিশোৰী গৰাকীক।

লগতে পঢ়ক : চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত ধাত্রীসকলক গাড়ী চলােৱাৰ অনুজ্ঞাপত্ৰ প্ৰদান

মুশফিকুৰ ৰহমান নামৰ এজন যুৱকে কিশোৰী গৰাকীক ধর্ষণ কৰে। ধৰ্ষণকাৰীয়ে নিজ মুখেৰেই স্বীকাৰ কৰিছে ধর্ষণ কৰাৰ কথা। ইতিমধ্যে ধৰ্ষণকাৰী মুশফিকুৰ ৰহমানক কাৱৈমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply