চামগুৰিঃ পুৰণিগুদামৰ কাষৰিগাঁৱত নিশা সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত সাংবাদিক আহত।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চামগুৰিৰ সাংবাদিক দীপাংকৰ ভৰদ্বাজ। সংকটজনক অৱস্থাত সাংবাদিক জনক নিশাই জি এম চি এইচৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে।


নিশা এখন স্কুটিৰে পুৰণিগুদামৰ বৰাচুকস্থিত বাসগৃহৰ পৰা কাষৰিগাঁৱলৈ গৈ আছিল সাংবাদিক জন।
ফ’ৰৱে নিৰ্মাণৰ বাবে সাংকেতিক চিহ্ন বিহীনভাৱে ৰাজপথত পেলাই থোৱা মাটিৰ দ’মত খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply