চামগুৰিঃ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত চলিছে ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষী -প্ৰশাসন সষ্টম হৈ পৰিছে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে।
আজি নগাওঁ জিলাৰ চামগুৰিৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে কৰায়ত্ত কৰে এটা ড্ৰাগছ ব্যৱসায়ীক।
আৰি পঢ়কঃমানকাচৰত বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজন
ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম আইজুল হক।
আইজুলৰ পৰা আৰক্ষীয়ে জব্দ কৰে হিৰ’ইন, নগদ ৩০হাজাৰ টকাৰ লগতে এখন পালচাৰ বাইক।
দীৰ্ঘদিনধৰি চামগুৰি অঞ্চলত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল আইজুল।