চামগুৰিঃ চামগুৰিৰ বৰদলত নিশা গণপ্ৰহাৰত এজন ব্যক্তিৰ মৃত্যু।

নিহত লোকজনৰ নাম মালাকী খালখ’।

এটা চুৰিকাণ্ডৰ ঘটনাৰ অভিযোগত একাংশ লোকে প্ৰহাৰ কৰিছিল লোকজনক।

লগতে পঢ়কঃপ্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাকাৰী প্ৰাণীৰ ওপৰত দুস্কৃতিকাৰীৰ হাতোৰা

ৰাইজৰ প্ৰহাৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল লোকজন।

অৱশেষত পুৱা মৃত্যু ঘটে লোকজনৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply