সমীৰণ বৰদলৈ

অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক সমীৰণ বৰদলৈৰ আজি যোৰহাটৰ নিজা বাসগৃহত মৃত্যু হয় ।
সাহিত্য সভাৰ এগৰাকী একনিষ্ঠ সেৱক, বিশিষ্ট সমাজ সংগঠক তথা অসম আন্দোলনৰ অগ্ৰণী নেতা সমীৰণ
বৰদলৈৰ মৃত্যুত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই শোক প্ৰকাশ কৰে ৷


অসম সাহিত্য সভাৰ তৰফৰ পৰা তেখেতৰ মৃত্যুত তিনিদিনীয়াকৈ শোক প্ৰকাশ কৰা হ’ব লগতে সাহিত্য সভাৰ সকলো কাৰ্যালয়তে তিনিদিনৰ বাবে পতাকা অৱনমিত হৈ থাকিব।সমীৰণ বৰদলৈৰ বিয়োগক এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে

লগতে পঢ়ক মাহমৰা সমষ্টিত ক’ভিড আক্ৰান্তৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী যোগেন মহনে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply