নাহৰকটীয়া: চেতনা, দৰ্শন তথা সৃষ্টিসমূহ প্ৰচাৰ আৰু প্ৰসাৰ কৰি অহা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ আজি লাইখুটা স্থাপন অনুস্থান ভক্ত সকলৰ উপস্থিতিত অনুস্থিত হয়।

অহা ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নাহৰকটীয়ৰ কলিয়াপানী, ৰাঙলীপথাৰ “বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ”ত অনুষ্ঠিত হ’বলগীয়া ৯১ সংখ্যক ডিব্ৰুগড় বাৰ্ষিক অধিৱেশনৰ পৱিত্ৰ লাইখুঁটা স্থাপন কাৰ্যসূচী অনুস্থিত হয়।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈ বাপৰ সভাপতিত্বত অনুষ্ঠিত আৰু সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই আঁত ধৰা আজিৰ অনুষ্ঠানটিত উপস্থিত থাকে মুখ্য উপদেষ্টা শ্ৰী ভৱেন্দ্ৰ নাথ ডেকা বাপ, উপ পদাধিকাৰ বসুন্ধৰ ডেকা বাপ, মন্ত্ৰীদ্বয় অতুল বৰা , বিমল বৰা, অধিৱেশনৰ কাৰ্যকৰী সভাপতি তথা স্থানীয় বিধায়ক তৰংগ গগৈ, প্ৰাক্তন বিধায়ক, নিগম-নিকায় সমূহৰ অধ্যক্ষ, সঙ্ঘৰ বিভিন্ন জিলা সমিতিৰ সভাপতি-সম্পাদক সকল, উদ্যোক্তা সকল, অসমৰ বিভিন্ন অঞ্চলৰ বাপ-বান্ধৱ আৰু আই মাতৃ সকল, প্ৰশাসনৰ বিষয়ববীয়া তথা গণ্য-মান্য ব্যক্তি সকল।

লগতে পঢ়ক-টীয়কৰ আউনীআটী সত্ৰ আৰু ঐতিহাসিক লাচিত মৈডামত মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply