বৰহাটঃ চৰাইদেউ জিলাৰ সাপেখাতীৰ শালকাঠনি চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি। বাগিচাখনৰ এজন শ্ৰমিকক বাগিচাৰে এজন কৰামীয়ে প্ৰহাৰ কৰাক লৈ উত্তেজিত গাওঁবাসী।

বাগিছাখনত কৰ্মৰত অতুল টুডু নামৰ শ্ৰমিকজনক বাগিছাৰে এজন কৰ্মচাৰীয়ে ফেক্টৰীৰ ভিতৰত সামান্য কথাতে প্ৰহাৰ কৰাত অতুল টুডু গুৰুতৰভাবে আহত হয়।

যুৱকজনক প্ৰহাৰ কৰা পিছতেই গাঁওখনৰ শতাধিক লোকে বাগিছাৰ ফেক্টৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। দোষীক শাস্তি প্ৰদানৰ দাবী জনায় উত্তেজিত ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply