গুৱাহাটীঃ শৰাইঘাট দলঙত শোকাবহ পথ দুৰ্ঘটনা। দলঙৰ ৰেলিঙত খুন্দিয়াই ৫০ফুট তলত পৰিল চুইফট বাহন ।

এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন। নিহত দুজন ছিপাঝাৰৰ মৰোৱাচুকীৰ ৰুমিজা বেগম (২৬) আৰু ফকৰুল ইছলাম (৩২) বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃজে আৰ টি উদ্যোগে কামৰূপ জিলা প্ৰশাসনলৈ আগবঢ়ালে এখন এম্বুলেন্স

অহা মাহত দুয়োৰে বিবাহ সম্পন্ন হোৱাৰ কথা আছিল।

দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ এ এছ ০১ বি এফ ০৩৮০।

ছিপাঝাৰৰ মৰোৱাচুকীৰ পৰা গুৱাহাটী বিমানবন্দৰ অভিমুখী আছিল মাৰুতি চুইফট বাহনখন ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply