গুৱাহাটীঃ ছাত্ৰীত যৌন উৎপীড়ন চলোৱাৰ অভিযোগত কামৰূপ জিলাৰ চৰকাৰী বিদ্যালয়ৰ এজন শিক্ষকক নিলম্বন কৰা হৈছে।

ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত শিক্ষকজনৰ বিৰুদ্ধে আইপিচি আৰু পকচোৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। ১৪ অক্টোবৰত কামৰূপৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই শিক্ষক গৰাকীক কাৰণ দৰ্শোৱাৰ দেখুৱাৰ জাননী প্ৰদান কৰে।

অৱশ্যে, নিলম্বনৰ আদেশ জাৰী নোহোৱালৈকে তেওঁ কাৰণ দৰ্শোৱাৰ জাননীৰ কোনো সঁহাৰি দিয়া নাই।

অৱশেষত, ১৫অক্টোবৰত শিক্ষকজনক তাৎক্ষণিক ভাৱে নিলম্বন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply