গুৱাহাটীঃ পুনৰ উত্তাল ছেবাৰ কাৰ্যালয়।
২০২১বৰ্ষৰ টেট পৰীক্ষাৰ্থীয়ে ঘেৰাও কৰিলে ছেবা কাৰ্যালয়।
প্ৰতিশ্ৰুতি দিয়ো প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ অভিযোগ ছেবাৰ বিৰুদ্ধে।
শিক্ষামন্ত্ৰী ৰণোজ পেগুকো মিছলীয়া আখ্যা পৰীক্ষাৰ্থীৰ।
লগতে পঢ়কঃকাজিৰঙাত দুটা দশকৰ ভিতৰত বছৰটোত চোৰাংচিকাৰীৰ হাতত গড়ৰ মৃত্যুৰ সংখ্যা সৰ্বনিম্ন
পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা আছিল।
সোনকালে বিভাগে সিদ্ধান্ত নল’লে আত্মজাহ দিয়াৰ হুংকাৰ টেট পৰীক্ষাৰ্থীৰ।