নিউজ ডেস্কঃ গুৰুত্বৰভাৱে অসুস্থ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডাঃ ভূমিধৰ বৰ্মন।

২০ দিনৰ পূৰ্বে প্ৰস্ৰাৱজনিত কাৰণত তেখেতক ভৰ্তি কৰা হৈছিল দিছপুৰ হাস্পতালত।

বৰ্তমান তেখেতৰ স্বাস্থ্য সংকটজনক বুলি জনাইছে দিছপুৰ হস্পিতালৰ চিকিৎসকে।

৮৯ বছৰীয়া ডাঃ বৰ্মনক ৰখা হৈছে ভেণ্টিলেটৰত।

দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

অতি কম দিনৰ বাবে দুবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল ডাঃ ভূমিধৰ বৰ্মন।

আজি ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিনিধি দল এটাইচিকিৎসালয়ত জ্যেষ্ঠ কংগ্ৰেছ নেতা জনৰ স্বাস্থ্যৰ বুজ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply