বোকাজানঃ বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু।

ক’ভিডত আক্রান্ত হৈ গুৱাহাটীৰ জি এম চি এইচত মৃত্যু হয় সাংবাদিকগৰাকীৰ। 

হাওঁফাওঁৰ সম্পূৰ্ণ বিকল হৈ দেওবাৰে নিশা ১২.৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে।
সাংবাদিকগৰাকীয়ে।
আৰু পঢ়কঃমানকাচৰত ক’ভিডত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু : ৪১১ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা

সাংবাদিকতাৰ উপৰি বোকাজানৰ বিভিন্ন সামাজিক কাম-কাজত আগভাগ লৈছিল ৰুবুল দিহিঙীয়াই।

ব্যক্তিগত ছেটেলাইট চেনেল নিউজ লাইভৰ সংবাদদাতা ৰুবুল দিহিঙীয়াৰ মৃত্যুত সমগ্ৰ বোকাজানত গভীৰ শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত পত্নী আৰু এজন পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply