কামপুৰঃ ৰহা সমষ্টিৰ তিনিটাকৈ পঞ্চায়তত বিনামূলীয়াকৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ ৷
ক’ভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ উপস্থিতিত কচুৱা, চানখোলা আৰু গেৰজাইপাম গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৰাইজৰ মাজৰ বিনামূলীয়াকৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় ৷
আৰু পঢ়কঃমেট্ৰিকৰ মূল্যায়নৰ ক্ষেত্রতো বৃহৎ কেলেংকাৰী
পঞ্চদশ বিত্তীয় আয়োগৰ ধনেৰে পঞ্চায়তৰ অধীনৰ ৰাইজৰ মাজত বিতৰণ কৰা হয় মাস্ক চেনিটাইজাৰ ৷
ইফালে ৰহা সমষ্টিত ভেকচিনৰ অভাৱ হোৱাত স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰাৰ কথাও সদৰি কৰে ৰহাৰ বিধায়ক গৰাকীয়ে ৷