গুৱাহাটী : অৱশেষত গীতনগৰ থানাৰ গোচৰত জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলীয়ে। পূৰ্বে চি এম ভিজিলেন্সৰ গোচৰত জামিল লাভ কৰিবলৈ সক্ষম হৈছিল বাঘবৰৰ কংগ্ৰেছ দলৰ শ্বেৰমান আলী।

দৰং জিলাৰ ধলপুৰৰ গৰুখুটি উচ্ছেদকাণ্ডৰ পিছতে শ্বাহীদক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী। জামিন লাভ কৰি মুকলি আকাশৰ তলত অহাৰ পথ মুকলি হৈছে শ্বেৰমান আলীৰ।

লগতে পঢ়ক :   গণেশগুৰিত মুকলি সাৰথি মাৰ্টৰ বিপনী

বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে গীতানগৰ থানাত ৰুজু হৈ থকা গোচৰত জামিন লাভ কৰা নাছিল যদিও অৱশেষত জামিন লাভ কৰে শ্বেৰমান আলীয়ে। গীতানগৰ থানাৰ গোচৰত চি যজে এম আদালতে জামিন প্ৰদান কৰে শ্বেৰমান অলীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply