গুৱাহাটী : অৱশেষত জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলীয়ে। চি এম ভিজিলেন্সৰ গোচৰত জামিল লাভ কৰিবলৈ সক্ষম হ’ল বাঘবৰৰ কংগ্ৰেছ দলৰ শ্বেৰমান আলী।

দৰং জিলাৰ ধলপুৰৰ গৰুখুটি উচ্ছেদকাণ্ডৰ পিছতে শ্বাহীদক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী। জামিন লাভ কৰিলেও মুকলি আকাশৰ তলত নাহে শ্বেৰমান আলী।

লগতে পঢ়ক :  গুৱাহাটী মহানগৰীত পুনৰ কনটেইনমেণ্ট জ’ন

বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে গীতানগৰ থানাত ৰুজু হৈ থকা গোচৰত জামিন লাভ কৰা নাই শ্বেৰমান আলী। গীতানগৰ থানাৰ গোচৰৰ জামিন নাকচ কৰিছে আদালতে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,596 other subscribers

Leave a comment

Leave a Reply Cancel reply