নিউজ ডেস্কঃ লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ এক ভয়ংকৰ অঘটন সংঘটিত হৈছে।

লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ বিচনাৰ ওপৰতেই খহি পৰিল চিলিং।

প্ৰসূতি আৰু শিশু স্বাস্থ্য বিভাগত এই ঘটনা সংঘটিত হৈছে।

জানিব পৰা অনুসৰি বিভাগটোতৰ তিনিমহলীয়া ভৱনৰ ওপৰ মহলাত এই অঘটনটো হয়।

সৌভাগ্যক্ৰমে কোনো ৰোগী অথবা শিশু আঘাতপ্ৰাপ্ত হোৱা নাই।

লগতে পঢ়ক – আজি ৰঙৰ উৎসৱ ফাকুৱা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply