গুৱাহাটী : সংকটত এছ আই জোনমণি ৰাভা। যি কোনো মহুৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে এছ আই জোনমণি ৰাভা। লাখ লাখ টকা সোমাইছিল এছ আই জোনমণি ৰাভাৰ বেংকত।

প্ৰৱঞ্চনাৰে নাম সাঙুৰ খোৱা এছ আই জোনমণি ৰাভা এতিয়া সংকটত। শুকুৰবাৰে এছ আই জোনমণি ৰাভাক জেৰা চলোৱাৰ পিছত পোহৰলৈ আহে যে জোনমণি ৰাভাৰ বেংকত লাখ লাখ টকা সোমাইছিল। ২০ লাখতকৈও অধিক টকা সোমাইছিলৰ জোনমণি ৰাভাৰ বেংকত।

লগতে পঢ়ক –  নগা ৰাজনৈতিক সমস্যাক লৈ নগালেণ্ড চৰকাৰৰ কৰ কমিটীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

শুকুৰবাৰে প্ৰায় ১২ ঘণ্টা সময় জেৰা চলোৱা হৈছিল এছ আই জোনমণি ৰাভাক। শনিবাৰে পুনৰ জেৰা চলোৱা হ’ব এছ আই জোনমণি ৰাভাক। জোনমণি ৰাভাৰ ভাবী স্বামী ৰাণা প’গাগৰে ধনৰ লেনদেনৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply