শিলচৰঃ শিলচৰত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে ৩০হাজাৰ য়াবাহা টেবলেট । আৰক্ষীয়ে দুই সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে। ধৃত দুই সৰবৰাহকাৰী নাম মনজুৰ আহমেদ লস্কৰ, মানিক উদ্দিন লস্কৰ।

লগতে পঢ়কঃধেমাজিত আটক তিনি ড্ৰাগছ ব্যৱসায়ী

মধুৰবন্ধ আৰু ৰামনগৰ অঞ্চলত আৰক্ষীয়ে এই অভিযান চলাইছিল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত দুই যুৱকে নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰি আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,578 other subscribers

Leave a comment

Leave a Reply Cancel reply