শিলচৰঃ শিলচৰত নৃশংস ঘটনা। মানসিক বিকাৰগ্ৰস্ত এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰিলে দুই উদণ্ড যুৱকে। শিলচৰৰ প্ৰেমতলাত সংঘটিত হৈছে এই ঘটনা। কি কাৰণত দুই যুৱকে লোকজনক হত্যা কৰিলে এই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।
লগতে পঢ়কঃশদিয়াত আলফাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক এজন
হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে দুই যুৱক। আৰক্ষীয়ে হত্যাকাৰী দুটাৰ সন্ধান চলাই আছে যদিও বৰ্তমানলৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।