ছিপাঝাৰঃ ছিপাঝাৰত দলঙৰ ৰেলিং ভাঙি নদীত পৰিল ১২ চকীয়া ট্ৰাক ৷

বৰদৌলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতোলা নদীত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ।

দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ এনএল ০১ জি ৬৩২৮।

লগতে পঢ়কঃঅসম অৰুণাচল সীমান্তৰ ৰতনপুৰত দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হয় ট্ৰাক খনৰ চালক আৰু কৰ্মচাৰী । আহত চালক আৰু কৰ্মচাৰী জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ হিচাপে দলং খন একেবাৰে ঠেক আৰু দুৰ্বল হোৱাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply