ছিপাঝাৰঃ ছিপাঝাৰৰ ঘোঁৰাবান্ধাত থকা এছবিআইৰ এ টি এমত  চুৰিকাণ্ড ৷

একেলগে থকা তিনিটা এ টি এম লণ্ড ভণ্ড কৰি চোৰে লুটি নিলে ধন ৷

গেছ কাটাৰ ব্যৱহাৰ কৰি চোৰে এটিএমৰ দৰ্জা ভঙাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷

ব্যস্ত ব্যৱসায়িক এই ঠাইখনত নিশা নাথাকে আৰক্ষীৰ কোনো টহলদাৰী দল ৷

তাৰে সুযোগ গ্ৰহণ কৰিলে চোৰে সংঘটিত কৰিলে এই চুৰিকাণ্ড ৷

লগতে পঢ়কঃকামৰূপ জিলাৰ বকোত তিনিখনকৈ চোৰাং গৰু ভৰ্তি গাড়ী জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,472 other subscribers

Leave a comment

Leave a Reply Cancel reply