ছিপাঝাৰঃ ছিপাঝাৰৰ ঘোঁৰাবান্ধাত থকা এছবিআইৰ এ টি এমত চুৰিকাণ্ড ৷
একেলগে থকা তিনিটা এ টি এম লণ্ড ভণ্ড কৰি চোৰে লুটি নিলে ধন ৷
গেছ কাটাৰ ব্যৱহাৰ কৰি চোৰে এটিএমৰ দৰ্জা ভঙাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷
ব্যস্ত ব্যৱসায়িক এই ঠাইখনত নিশা নাথাকে আৰক্ষীৰ কোনো টহলদাৰী দল ৷
তাৰে সুযোগ গ্ৰহণ কৰিলে চোৰে সংঘটিত কৰিলে এই চুৰিকাণ্ড ৷
লগতে পঢ়কঃকামৰূপ জিলাৰ বকোত তিনিখনকৈ চোৰাং গৰু ভৰ্তি গাড়ী জব্দ