প্ৰতিনিধিত্বমূলক ফটো

ছিপাঝাৰঃ ছিপাঝাৰ বন্ধন বেংকত অগ্নিকাণ্ডৰ ঘটনা।

মঙলবাৰে পুৱাই সংঘটিত হয় এই ঘটনা।

আৰু পঢ়কঃনগাওঁ কাগজ কলত চোৰৰ তাণ্ডৱ!আটক ৫

অগ্নিকাণ্ডত ভস্মীভূত হয় বেংকটোৰ কেচকাউন্টাৰ।

শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

অগ্নিকাণ্ডত বেংকটোৰ বহু নথি-পত্ৰ, সা- সামগ্ৰীয়ো জুইত জাহ যায়।

আৰু পঢ়কঃগুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অক্সিজেন প্লান্ট পৰিদৰ্শন কৰিলে মুখ্যমন্ত্রীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,917 other subscribers

Leave a comment

Leave a Reply