ছিপাঝাৰঃ ছিপাঝাৰৰ খেতি পথাৰত নাই পানী, ৰাজপথত উপচি পৰিছে একাঠুলৈকে পানী । ছিপাঝাৰ বাছ আস্থানৰ পৰা ঐতিহাসিক পথৰুঘাট সংযোগী পথটোত এজাক বৰষুণতেই উপচি পৰিছে কৃত্ৰিম বানে।

সু -পৰিকল্পিত নলাৰ অভাৱৰ বাবে এজাক বৰষুণতে এইদৰে সদা ব্যস্ত পথটোত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে ।

লগতে পঢ়কঃতেজপুৰত ”পেডী কেফেটেৰিয়াৰ শুভাৰম্ভ”ঃকৃষি বিভাগৰ বিশেষ তৎপৰতা

প্ৰায় একাঠু পানী ভৰ্তি পথটোত ৰাইজে মাছ ধৰা জাল পাতি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

ৰাইজে যমৰ যান্ত্ৰনা ভুগি উক্ত জলমগ্ন পথটোৰে যাতায়ত অব্যাহত ৰাখিব লগীয়া হৈছে ৷

ছিপাঝাৰৰ পৰা পশ্চিম দৰঙ সংযোগী যাতায়তৰ প্ৰধান পথটোৰ কৃত্ৰিম বান সন্দৰ্ভত স্হানীয় বিধায়ক পৰমানন্দ ৰাজবংশী তথা চৰকাৰক উচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰি কৃত্ৰিম বান ৰোধ কৰিবলৈ ৰাইজে দাবী জনাইছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply