ছিপাঝাৰঃ ছিপাঝাৰৰ ইতিহাস প্ৰসিদ্ধ এটি ঘৰ পৰিদৰ্শন বিধায়ক পৰমানন্দ ৰাজবংশীৰ।

সংৰক্ষণৰ অভাৱত জহি খহি গৈছে ছিপাঝাৰৰ মানৰ দ্বিতীয় আক্ৰমণৰ ইতিহাস বিজড়িত ঘৰটো।

ছিপাঝাৰৰ হাজৰিকাপাৰাত থকা ঘৰটো ১৭৮৬ চনতে কলাপানী হাজৰিকা নামৰ লোকজনে
খিলঞ্জীয়া মহিলা-বিধৱা সকলক মানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সুমোৱাই ৰাখিছিল বুলি জনশ্ৰুতি মতে জনা যায় ।

লগতে পঢ়কঃপৰম্পৰা ৰক্ষা কৰি গোৰেশ্বৰত বাম্বোলপিটা উৎসৱ উদযাপন

এই ঐতিহাসিক ঘৰটোত উপস্থিত হয় ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী। ঘৰটো সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ বিহিত ব্যৱস্থা গ্ৰহনৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়ক গৰাকীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply