শিৱসাগৰঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চান্দা সংস্কৃতিৰ বিৰূদ্ধে সৰৱ হৈ উঠাৰ পাছতেই ৰাজ্যত চান্দা তুলি ৰঙাঘৰত সোমাইছে ইজনৰ পিছত সিজন সংগঠনৰ নেতা।

এইবাৰ নাজিৰাত হিন্দু ফেডাৰেচনৰ নামত চান্দা তুলি আৰক্ষীৰ হাতত আটক হ’ল শিৱসাগৰৰ এজন ব্যক্তি।

লগতে পঢ়কঃবৰপেটা চহৰৰ মাজমজিয়াত দুটা বনৰীয়া হাতী

দেওবাৰে নিশা নাজিৰাত একাংশ ব্যৱসায়ীৰপৰা হিন্দু ফেডাৰেচনৰ নামত কোনো চীল মোহৰ নথকা এখন ৰচিদত চান্দা সংগ্ৰহ কৰি থকা অৱস্থাত ভাস্কৰ বৰুৱা নামৰ ব্যক্তিজনক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক।

জানিব পৰা অনুসৰি, ভাস্কৰ বৰুৱাৰ ঘৰ শিৱসাগৰ আমোলাপট্টিতত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,758 other subscribers

Leave a comment

Leave a Reply