শিৱসাগৰঃ শিৱসাগৰত ভয়ংকৰ ঘটনা।
মাজভাগতে ভাগি পৰিল ডাউকী আলি আৰু মেচাগড় সংযোগী দলং।
দলং খনৰ নিৰ্মাণতে বিসঙ্গতি থকাৰ অভিযোগ।
চাৰি বছৰ পূৰ্বেই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পন্ন হৈছিল।
লগতে পঢ়কঃক’লা ল’ৰাৰ মৃতদেহ ঘৰলৈ নিয়াৰ বাবে অমান্তি এম্বুলেন্সৰ চালক
বিসংগতিৰ বাবেই আনুষ্ঠানিক ভাৱে মুকলি কৰা নাছিল দলংখন।
দলং খনৰ ওপৰেৰে অব্যাহত আছিল যাতায়ত।