শিৱসাগৰঃ ভদিয়া বানে ইতিমধ্যে বহু বিঘাৰ খেতি নষ্ট কৰাৰ পিছত এইবাৰ চৰহা পোকৰ উপদ্ৰৱে অধিক জুৰুলা কৰিছে কৃষিজীৱি ৰাইজক।

শিৱসাগৰৰ দিখৌমুখত চৰহা পোকৰ উপদ্ৰপত শ শ বিঘা খেতি নষ্ট হোৱাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি।

লগতে পঢ়কঃভূটভূটী নাওৰে বিপদজনকভাৱে দৈনিক শ শ যাত্ৰীৰ জীয়াভৰলীৰে ইপাৰ সিপাৰ

চৰহা পোকৰ বাবেই ৰোৱা খেতিসমূহ খেৰৰ দৰে হৈ পৰাত মূৰে কপালে হাত দিছে খেতিয়ক ৰাইজে।

কিন্তু পৰিতাপৰ বিষয় যে ইয়াৰ পিছতো গা -লৰা নাই কৃষি বিভাগৰ। ঔষধ প্ৰদান কৰাটো দূৰৰে কথা , নষ্ট হোৱা খেতি সমূহ পৰিদৰ্শন কৰিবলৈও আহৰি নোলোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply